Anyayug Contributor ভাস্কৰ জে নাথ

শিপা অথ : পোষ্ট মেলন

 ভাস্কৰ জে নাথ তোমাৰ ফটো এখন দেখিলো আজি সুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছা দুহাত মেলি মোৰ ল’ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ আছিল পোষ্ট উত্তৰ আধুনিকৰ দোহাই দি পোষ্ট কিনো কৰিলে একেই পুৰণি ইষ্টাইল তাতোকৈ  মোৰ ককাই বৰ ইষ্টাইলত হোকা…

নিৰ্জনতাৰ কবিতা

 ভাস্কৰ জে নাথ   ১  এইবেলি দেওলগা দুপৰীয়া এটাৰ কথা ভাবি থাকোঁতে দুটি সোণালী মাছে কুটকুটাইছে মোৰ দুয়োখনি গাল আৰু মই ভাস্কৰ্য এটাৰ দৰে থৰ হৈ ৰৈছো আৰু মনলৈ আহিছে শুকাই যোৱা ওঁঠৰ নদী   ২  থুনুক-থানাকে নতুনকৈ উচ্চাৰণ কৰিবলৈ…

তেল

 ভাস্কৰ জে নাথ   সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী   কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই !   বিছনাত অলৰ অচৰ দেহ এটি মন, খিৰিকীৰ সূৰ্যত চাই আছে ধূলিকণাৰ ৰং…

মেঘ ভাঙি কাউৰীবোৰ

 ভাস্কৰ জে নাথ   ১ মেঘ ভাঙি কাউৰীবোৰ আহিছিল যেন এক ভয়াৰ্ত সময়ৰ ছবি ছিৰাছিৰ কৰি মোৰ চকুৰ আয়নাত   ২ কা কা শবদত মই সাৰ পাইছোঁ কৰ’বাত কিবা এটা যেন অঘটন হ’ব!    ৩ মোৰ তৃতীয় চকুৱে সাৰ পোৱাৰ…

ক’ৰবাতহে

ভাস্কৰ জে নাথ   নাকটো আঁতৰাই থলোঁ হাত দুখনো চকু দুটা খোলা ৰাখিলোঁ এয়া কি দেখি আছোঁ বিভৎস বিশৃংখল   তোমাৰ চকুত জোনাক গলা ৰাতি এৰা! এতিয়া প্ৰেমৰ কবিতা থাওক   হাত দুখন আঁতৰাই ৰখাৰ দৰে নাকটোৰ দৰে মই মোৰ…

পচলা

ভাস্কৰ জে নাথ খাবলৈ অনাটো পচলা  কোনেনো নাজানে এই কথা ননাটো ডাঙৰ হ’ব  কলডিলীয়া হাঁহি মাৰি  কল লাগিব থোকভৰি  অন্ততঃ ভাত নহ’লে কল  চলি যায় চলিহাপৰাৰ সংসাৰ  পিছে কল পকালৈহে ভয়  বাদুলি‍য়ে খাব বুলি  ৰাতিটোৱেই হাতীটো  পিছে এতিয়া দিনতে হাতী …

পৰুৱাশিক্ষা

ভাস্কৰ জে নাথ     চাৰিবেৰ খহিলেই ঘৰ হৈ নাথাকে ই কি নতুন কথা!   নতুন কথা ক’ব নোৱৰা শোক এটা সদায় লাগি থাকে   ৰাতি ৰাতি চকুৰ পতাত ক’ৰ জানো সোঁৱৰণিৰ ইমান পোহৰ! টোপনি ভাগে ৰাতি খহে   মাখি…

ভাবি চালোঁ

 ভাস্কৰ জে নাথ   ছালবোৰ নিমজ কৰিম বুলি আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি থাকিম, শুকাম অথবা গেলিম, শেষ বুলিবলৈ মাটিৰ লগত মিলি থাকিম   ভাবি চালোঁ ছালবোৰ নিমজ…

ইমান ফুলিছে হালধীয়া

ভাস্কৰ জে নাথ   ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ এটা পঢি থাকোঁতে হালধীয়া চৰাই এটাই  মোৰ বুকুৰ কামিহাড়ত হাহাকাৰ কৰি খুটিছে   টং টঙকৈ…

জিন্‌ছ্‌

ভাস্কৰ জে নাথ এনে লাগে যেন সি মোৰ গৰাকী   মই গুচাই চাওঁ শতিকাৰ এলান্ধু যদিওবা কোঙা হ’লোঁ পঁয়ত্ৰিছবাৰ   উৱঁলি যোৱা ঘৰটোত হিচাপ প্ৰতিটো বিচ্ছিন্নতাৰ খোজ অথচ তাৰ সতে কাহানিও হোৱা নাই মোৰ বিচ্ছেদ   মোৰ ওচৰত তাৰ সহজ আত্মসমৰ্পণ…