দুম্পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল
(ভাতৃপ্ৰতিম ইভান লইঙৰ হাতত) ৰত্না ভৰালী তালুকদাৰ অংকন: বৰ্ণিল মহন্ত য়াম্প’ য়াঃঙাঙ’ ৰ য়াঃঙাঙ’ ৰগন’ ন’ গুপ্প’ গুবাং য়েকুপ’ আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে ৷ যেনেকৈ কুকুৰাই উমনি দি দি শুকাই- খীণাই যায়,…