Anyayug Contributor বৰ্ণালী বড়া

ছাঁ তেজৰ দৰে

বৰ্ণালী বড়া   ছাঁটোৱে কথা নকয় ছাঁটোৱে উশাহ নলয় ছাঁটোৱে গানো নাগায় মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতে ছাঁটোৱে মোৰ পিছ নেৰে মই য’লৈকে যাওঁ মোৰ লগে লগে ত’লৈকে যায় মোৰ ছাঁ মোৰ একান্ত অনুচৰ এখন নিৰ্বাক ছবিৰ দৰে ছাঁটোৱে…