অনন্য দিনবোৰ
কবি – বৰিছ পেচটাৰনাক, ৰাছিয়া (১৯৫৮ চনৰ সাহিত্যৰ ন’বেল বঁটা ) অনুবাদ : ড° ৰঞ্জিত দত্ত কেনেকৈনো সুঁৱৰিম অয়নান্তৰ সেই দিনবোৰৰ কথা, বহু দিনৰ আগেয়েই বহুতে লিখি শেষেই কৰিলে সেই সকলোবোৰ। একেবোৰকে বাৰে বাৰে দোহাৰি থাকিব নোৱাৰি, সেয়া আছিল অনন্য!…