Anyayug Contributor বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা)

জন্মভূমি আজি

মূল :  বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা)  অনুবাদ  : ৰুদ্ৰ সিংহ মটক   এবাৰ মাটিৰ ফালে চোৱাঁ এবাৰ মানুহৰ ফালে।   এতিয়াও ৰাতি হোৱা নাই অন্ধকাৰ এতিয়াও তোমাৰ বুকুৰ ওপৰত কঠিন পাথৰৰ দৰে, তুমি উশাহ ল’ব পৰা নাই। মূৰৰ ওপৰত এখন ভয়ঙ্কৰ ক’লা…