দুটা কবিতা
বিশাল অনুৰাগ শীত তুমি এৰাসুঁতি এটা হ’লে মই কহুঁৱা হৈ কুৱঁলীত বুৰ যাওঁ আৰু ৰ’দলৈ বাট চাওঁ বালিৰ ধোঁৱাত পানী-ধোঁৱা হৈ ভ্ৰমিবলৈ মইতো নহ’লো পানী-মকৰা পৰালৈকে পাৰতে থাকিম তোমাৰ চেঁচা কঁপনিক নিচুকাই গঁৰাৰ স’তে এনেয়োতো খহিম বাৰিষাত পূৰ্ণিমা আজি নিজৰেই…