Anyayug Contributor বিভা দেৱী

তাপমাত্ৰা

— বিভা দেৱী মস্তিষ্কটোএটা অস্থিৰতাৰ বাহ চেঁচুকীয়াত গজাশেলুৱৈৰ দৰে সেউজীয়াপিছল মই পাৰাস্তম্ভ লৈশেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ আৰ্দ্ৰতা কিমানউত্তাপ কিমান শৈলুৱৈৰ সেউজীয়া:বুকুত পিছল খোৱা মস্তিষ্কত বিমূঢ় ঝংকাৰ