উঠা মোৰ নিৰ্বাসিত সূৰ্য
বিপ্লৱ চুতীয়া কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ কেইটামান আখৰৰ বাদে আৰুনো কি এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে মঞ্চস্থ হয় মানৱ বিৰোধী ষড়যন্ত্ৰ তৰোৱালৰ আগত শিৰ নত চলতি শতিকাৰ কলম সুযোগ-সন্ধানীৰ হালধীয়া হাতত কলমে কীৰ্তন কৰে…