জন্মদিনৰ গল্প এটা
বিদুৎ বিকাশ শৰ্মা দুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন–ৰাতিবোৰৰ সৃষ্টি কৰা নাই জানো? (ষ্টিফেন হকিঙৰ মতে) সেই মহানাদৰ মুহূৰ্তৰ পৰাই আৰম্ভ হোৱা সময় নামৰ অদৃশ্য ৰেখাডাল গঢ়ি তোলা বিন্দু (বিন্দুৰ সমষ্টিয়েই যেতিয়া…