Anyayug Contributor বিজয়কৃষ্ণ দলে

পেহেলগামৰ কবিতা

 = বিজয়কৃষ্ণ দলে   দুখন দেশ দুটা ধৰ্ম বিভেদৰ এখন বৃহৎ দেৱাল জম্মু–কাশ্মীৰ। তই হিন্দু! জুই–পানী নিষেধ তই মুছলমান! সাৱধান সাৱধান।   ধৰ্মই দান কৰা দুখন দেশৰ দুটা দল এফালে হিন্দু আনফালে মুছলমান। হিংসা–বিদ্বেষ অৰিয়া–অৰি স্বাধীনতা দেশপ্ৰেম পাবত গজা চৰকাৰ…