শৰ্বৰী শৰ্মা ৰায়ৰ এমুঠি কবিতা
মূল : বাংলা অনুবাদ : মুনমুন সৰকাৰ (১) অসুখ অসুখ অসুখ ভাল নাপায় কোনেও তথাপিও মানুহ অসুখীয়া হয় অসুখ আহে নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত আঙুলি…