Anyayug Contributor ববী বৰ্ণালী গগৈ

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈ উকি মাৰি পাৰ হৈ গ’ল ভাটিমুৱা ৰে’লখন  বতাহত ৰৈ গ’ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত  বতাহজাক গধুৰ, শীত নামিছে সেমেকা আবেলিৰ কান্ধত  জিৰিক্‌ জিৰিক্‌ মাতেৰে  গৈ থাকে সোণালী আঘোণ। তই আহিবি নেকি নৰানিৰ মাজেৰে বাট কাটি? আকৌ এবাৰ…