অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ
বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ অসমলৈ হোৱা…