শগুণটো
মূল: ফ্ৰাঞ্জ কাফ্কা অনুবাদ : ৰঞ্জুমণি মহন্ত এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই মোৰ বুটযোৰ আৰু মোজাযোৰ ছিৰি পেলাইছিল আৰু এতিয়া মোৰ ভৰি দুটা খুঁটিয়াবলৈ ধৰিছে৷ বাৰে বাৰে সি ভৰিদুটাত জোৰেৰে আঘাত কৰিছিল, তাৰ পাছত সি…