Anyayug Contributor ফাৰহান জাৱেদ

ছ’চিয়েল দিছটেঞ্চ্ !

ফাৰহান জাৱেদ অনেক ভিডিঅ’ ভাইৰেল হৈছে ইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছে নিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছে গুণা-গঁথা কৰা মানুহ নাই দেশৰ অৰ্থনীতি মানেনো কি  সেই কথাও ভাবিব পৰা নাই ভেকচিন আছে দৰব নাই ডে’ডব’ডি আছে এণ্টিব’ডি নাই উশাহ আছে ইমিউনিটি…

মিণ্টুল হাজৰিকাৰ হালধিহাট

 ফাৰহান জাৱেদ   কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক বিলাস নহয়, আমাৰ বাবে কবিতা জীৱন-চৰ্যা৷ আনহাতে কবিতা-পঠনক আমি বুদ্ধিদীপ্ত চিন্তাৰ পৰ্যায়লৈয়ো নিব পৰা নাই৷ অৱশ্যে কবিতা…

ঠিকে আছেনে সকলো!

ফাৰহান জাৱেদ ইয়াত সকলো ঠিকেই আছে খবৰৰ খুন্দাত মৰা নাই মানুহ, চিতাজুইত জাঁপ দিয়া নাই কোনো! অনাত্মীয়ৰ তেজ দেখি নিজৰিছে এসোঁতা চকুলো   চাউল নাই দাইল নাই— জুহালত নাই জুই। অথচ ভোকত এখন ৰুটী দিবলৈ এতিয়াও আছে এটা শীৰ্ণ মানুহ। সিয়েই মানৱতাৰ…

অসমৰ চিত্ৰশিল্পৰ পথিকৃৎ আৰু এখন অনবদ্য গ্ৰন্থ: ননী বৰপূজাৰী

ফাৰহান জাৱেদ ঘনঘোৰ আন্ধাৰত লুকাই থকা সভ্যতাক কোনে পোহৰৰ বাট দেখুৱায়? পোহৰ নৈকত্যপিয়াসী সাধাৰণ নাগৰিকৰ বাবে কোনে যুঁজ দিয়ে? নিশ্চয়কৈ এজন শিল্পীৰ কথাই আমি কল্পনা কৰিম (তেওঁ এজন কবি-লেখক, সংগীত-নৃত্য, অভিনয়, চিত্ৰ-ভাস্কৰ্য বা অন্য যিকোনো পৰিৱেশ্য শিল্পী হ’ব পাৰে)। এজন…