Anyayug Contributor পৰ্বতৰ পৰা সাগৰলে

মই অকলশৰীয়া নহওঁ

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)অনুবাদ : ড° ৰঞ্জিত দত্ত পৰ্বতৰ পৰা সাগৰলে নিশাটো শূন্যতাৰে ভৰা। কিন্তু ময়েই এনে এজন যি তোমাক  স্তম্ভিত কৰি তুলিছোঁ, মই অকলশৰীয়া নহওঁ। আকাশ শূন্যতাৰে ভৰা কাৰণ জোনটোৱে এতিয়া সাগৰৰ বুকুত নাচিছে কিন্তু  ময়েই…