Anyayug Contributor পৰিচালক অনুশ্ৰী মেহতাৰ পৰিচালক হিচাপে এইখন প্ৰথম পূৰ্ণদৈৰ্ঘৰ চিনেমা

নাৰী হত্যাকাণ্ডৰ কথাৰে দুখন চিনেমা

 নিজৰা ৰাজকুমাৰী সদায় নাৰীয়েই কিয়? মূৰ তুলিব খোজা, অধিকাৰ বিচাৰিব খোজা নাৰীক দমন কৰাৰ প্ৰচেষ্টা জানো নতুন কথা। শক্তিশালী, আত্মনিৰ্ভৰশীল নাৰীক বিচাৰি বিচাৰি নৃশংসভাৱে হত্যা কৰাটোৱেই চখ দীৰ্ঘদেহী, সুঠাম আৰু মুখত চেনেহ-সততাৰ ৰংসনা যুৱকজনৰ। তেওঁৰ মতে নাৰী স্বাধীন, স্বনিৰ্ভৰশীল হোৱাটোৱেই…