গান গোৱা মাছ
প্ৰাঞ্জল হাজৰিকা যুদ্ধৰ শেষত সৰু বৰ যিবোৰ মাছ গৃহহাৰা হৈছিল সিহঁত পুনৰ উভতি আহিছে কিছুমান মাছ ক’লা কিছুমান নীলা কিছুমান দ্বিমাত্ৰিক ৰঙেৰে ভৰপূৰ এতিয়া প্ৰাৰ্থনাৰ সময় সকলো মাছেই ক্ৰমান্বয়ে শাৰী পাতিছে ৰঙীন মাছবোৰ একেবাৰে শেষৰ শাৰীত সিহঁতে গান…