Anyayug Contributor প্ৰাঞ্জল জ্যো তি দত্ত

চগা জীৱন

প্ৰাঞ্জল জ্যোতি দত্ত   গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই ফুটত নুঠে। উজাই ল’ব জানিলে উশাহ- গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ   নুমি নুমি ‘কাৰ্ছিন’ৰ…