Anyayug Contributor প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ

অব্যাহৃত

 প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত  বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ লগতে আধুনিক জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰতে ই এক এৰাব নোৱৰা অংগ হৈ পৰিছে৷   আধুনিক জীৱন যাত্ৰাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি বাঢ়ি অহাৰ…