নিকট-তীৰ্থ
প্ৰদীপ শইকীয়া (প্ৰতি অনুভৱ তুলসী) মেঘপটীৰে বাট বুলিলে দুয়োৰে মাজত কণমানি বাঁহীৰ ফুটাৰে কোমলকৈ ফু এটিৰ বাট শিৰীষজোপাৰ আদৰ-আঁচলত আপুনি এতিয়াও মুখ লুকুওৱা এৱাঁশিশু বেলিমুখ বেলকনিৰপৰা আপোনাক দেখোঁ নেকি সদায়ে চাওঁ ধলপুৱাতে চকু মোহাৰি এবাৰ গৰখীয়া-বেলি পাহোৱাল হ’লে এবাৰ সাঁজৰ…