Anyayug Contributor প্রাঞ্জল বেজবৰা

সুখ কিনিব নোৱাৰি

 প্রাঞ্জল বেজবৰা   ১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্রকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷  মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ…

সুখী জীৱনৰ বাবে

 প্রাঞ্জল বেজবৰা   মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ পাছত কি হ’ব, সেই সম্পৰ্কে কোনেও নাজানে৷ গতিকে বৰ্তমান জীৱনটোকে সুখে-সন্তোষে যাপন কৰাটো সকলোৰে কাম্য৷ অথচ…

সংকল্পৱদ্ধতা

প্রাঞ্জল বেজবৰা   আমি সকলোৱে জীৱনত সুখী হ’বলৈ বিচাৰোঁ। সকলোৱে সুখ কামনা কৰে । কিন্তু প্রায়বোৰ মানুহেই সুখী নহয়। সাধাৰণতে সফলতাই মানুহক সুখৰ সোৱাদ দিয়ে। জীৱনৰ বিভিন্ন ক্ষেত্ৰত লক্ষ্য সাধনৰ জৰিয়তে সফলতা লাভ কৰা যায়। বাঞ্ছিত সফলতাই মানুহক সুখী কৰে।…