Anyayug Contributor প্রাঞ্জল কুমাৰ লাহন

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্রাঞ্জল কুমাৰ লাহন   বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ   সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ ৰঙ-বিৰঙী পখিলাবোৰকো কোৱা নাই অৰণ্যৰ জীৱ-জন্তু কিম্বা বিৰিখকো কোৱা নাই   মোৰ বুকুৰ অৰণ্যলৈ সোমাই আহিবলৈ…