Anyayug Contributor পূবালী বৰুৱা শৰ্মা

মুখৰোচক খবৰবোৰ

  পূবালী বৰুৱা শৰ্মা   অঘৰী বতাহজাকে লৰি- ঢাপৰি আহি ঠায়ে ঠায়ে ঘূৰ্ণিৰ ৰূপ লৈছে৷   ইতিমধ্যে ধোঁৱাচাঙত উঠা বিয়নী-মেলৰ ফুচফুচনিবোৰ বিভিন্ন ‘চেনেলে’ সিৰ ফুলাই পৰিৱেশন কৰিছে ।   অৰ্ধনগ্ন ‘ৰীল’বোৰ ‘ছাবস্ক্ৰাইবাৰে’ৰে ভৰি পৰাত সমৃদ্ধ হৈ উঠিছে দেশ ।  …