Anyayug Contributor পুলেন ৰাজ ডেকা

কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল

পুলেন ৰাজ ডেকা উৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা মুখবোৰ ধোঁৱাই নুঠা জুইকুৰা কবিতা ভৰি নহা খালৈৰ ভৰুণ শূন্যতাখিনিও পাৰৰ পাখিত  ধপধপাই থকা মাতটো জিকা ফুলা…