Anyayug Contributor পুলিন কলিতা

গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

 পুলিন কলিতা মহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো ইউনিকৰ্ন নামৰ এটি প্ৰাণীৰ৷ দ্বিতীয় প্ৰাণীবিধৰ কোনো জীৱাশ্ম আজিলৈকে ক’তো উদ্ধাৰ হোৱা নাই; এই প্ৰাণীবিধক কাল্পনিক বুলিয়েই কোৱা হয়৷ কিন্তু ষাঁড়গৰু কাল্পনিক…

জাহ্নৱী এজনী নীলা চৰাই

পুলিন  কলিতা   (১)   : ঈগল নেকি?  প্ৰশ্নটো কৰিছিল ভগীৰথে।   : নহয় নহয়-ঈগল নহয়। ঈগলৰ দৰেই, কিন্তু ৰং সম্পূৰ্ণ নীলা। ডাৱৰ নাথাকিলে আকাশৰ ৰঙৰ সৈতে মিলি থাকে।-নিজৰ স্থিতি স্পষ্ট কৰিলে টেনজুনে।   জাহ্নৱীৰ পাৰ এৰি অহাৰ কিছুদিন হ’ল…

মহামাণিক্য, মাধৱ কন্দলি আৰু এখন অনালোচিত শিলালিপি

পুলিন কলিতা   মহাপুৰুষ শংকৰদেৱৰ “পূৰ্বকবি অপ্ৰমাদী” মাধৱ কন্দলিৰ সময় আৰু স্থান তৰ্কাতীত ভাবে নিশ্চিত হ’বলৈ এতিয়াও বাকী। অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকসকলে কন্দলিক ত্রিপুৰাৰ ৰাজসভাৰপৰা কপিলীপাৰ হৈ দিখৌৰ পাৰলৈকে বিভিন্ন ঠাইত নিজৰ নিজৰ বিশ্লেষণ মতে থৈছে৷ কোনো কোনোৱে তেওঁক জয়ন্তা…

জাহ্নৱীৰ এটা গল্প

 পুলিন কলিতা   … আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্‌কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা আটোমটোকাৰি পৰ্যটন নিবাসৰ এটা সৰু কোঠাক নিজৰ অনিৰ্দিষ্টকালীন ঠিকনা কৰি লৈছে ভগীৰথে৷ জাহ্নৱীক বুজিবলৈ জাহ্নৱী…