কবি-পিতা, ভালে থাকাঁ
অংকুৰ ৰঞ্জন ফুকন ‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ তুলসী কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা এটা লিখাটো আপোনাৰ কবি-প্ৰাণৰ প্ৰতি অসন্মান কৰা হ’ব। আপোনাৰ আকস্মিক-অকাল প্ৰয়াণে দিয়া বেদনা, সেই পুত্ৰৱৎ স্নেহ, অগণন স্মৃতি, বহু পৰিকল্পনা আপোনাৰ…