Anyayug Contributor (পাৰিপার্শ্বিক কবিতা )

ক’লৈ গ’ল

(পাৰিপার্শ্বিক কবিতা ) মানস প্রতিম দত্ত   কোন ক’লৈ গ’ল  মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী   পৃথিৱীৰ ভৰিৰ তলত  মানুহৰ ছাঁ আছেনে ?   চৰাইবোৰ ক’লৈ গ’ল?  পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। …