Anyayug Contributor পল্লৱী মহন্ত

ভালপোৱাৰ নৈ

 পল্লৱী মহন্ত   ইমানৰ পাছতো কি  ভালপোৱা  থাকি যায়! আপোন বুলি বুকুত ৰৈ যায়! যন্ত্ৰণাৰ নৈখন বৈ থাকে ৷  অহৰহ… শেষ ক’ত? শেষ?   বৰষুণৰ গল্প…   ৰাতিপুৱাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণজাকে গছবোৰ ধুই নিছে৷ বৰষুণত সমস্ত যন্ত্ৰণা ধুই…

গোন্ধ

পল্লৱী মহন্ত               অতবছৰে তাই আছিল এটা ছাঁ।  ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্রয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া যন্ত্ৰণাটোৰ পৰা মুক্তি পাইছিল। মাকৰ সেই  যন্ত্ৰণাটো তেতিয়া জীয়েকলৈ বাগৰিছিল । জীয়েকলৈ তাই…

ফিছা

 পল্লৱী মহন্ত   আগকথা : কাহিনীৰ আকাল নাই। ঘৰে পৰে কাহিনী। চকুৰ আগত চৰিত্ৰবোৰে ইগিল-দিগিল কৰিয়েই থাকে। পলকতে সঁচাবোৰ মিছা হৈ চকুত ধৰা দিয়ে। সামান্য ইফাল সিফাল কৰি গল্প এটা লিখি পেলাব পাৰি। কিন্তু লিখা নহয়। চকুৰ সমুখৰ কাহিনীবোৰৰ মাজৰে এটা…