Anyayug Contributor পল্লৱী কৌশিক শৰ্মা

‘নীলকণ্ঠ’ মই

 পল্লৱী কৌশিক শৰ্মা   পৰ্ব ১ – সুখৰ প্ৰচ্ছায়াত গুঞ্জৰিত  বিষাদ ৰাগিনী     হাই হিলৰ খট্‌খট্‌ শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে চহৰৰ কেন্দ্ৰস্থলত আভিজাত্যৰ দম্ভৰে মূৰ দাঙি থকা বিলাসবহুল হোটেল ‘দ্য ওৱেছিছ’ৰ টেণ্টথ্‌ ফ্ল’ৰৰ দুশ বাৰ নম্বৰ…

এক অদৃশ্য সত্য

পল্লৱী কৌশিক শৰ্মা    হত্যা নে আত্মহত্যা ? মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ ব্যস্ততাখিনিও দুগুণে বঢ়াই তুলিলে৷ এডিটৰ-ইন-চিফ অভ্ৰনীল বুজৰবৰুৱাৰ নিৰ্দেশমৰ্মে নিউজ ৰিপ’ৰ্টাৰ বিতোপন আৰু কাবেৰীসহ কেমেৰা পাৰ্ছন বৰষা আৰু নীহাৰ ৰিপ’ৰ্টিঙৰ বাবে…

বিভ্রমৰ জগতত এটা সেউজীয়া গল্প

  পল্লৱী কৌশিক শৰ্মা : ডেনড্ৰ’ফাইল! যদি মই ভুল নহয়, শব্দটো এইটোৱেই আছিল ন? মানে তোমাৰ দৰে ট্ৰি-লাভাৰবোৰক এই বুলিয়েই নকয় জানো ! গছৰ পুলিটো আলফুলে বিশাখাৰ হাতত তুলি দি, তাইৰ তিৰবিৰাই উঠা চকুযুৰিলৈ দৰক লাগি চাই ৰ’ল গীতাৰ্থই। আজি তাইৰ…

গোন্ধ

 পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্‌ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত…

সম্পূৰক

পল্লৱী কৌশিক শৰ্মা নাই.. একোৱেই প্ৰশমিত কৰিব পৰা নাই তাইৰ অস্থিৰতাক। কাকো ভৰষা বা নিশ্চিতিৰে ল’ব পৰা নাই তাই৷ চাৰিওফালে যেন কৃত্ৰিমতাৰ সাজ পিন্ধা এজাক মুখাধাৰী জীৱ! হতাশাৰ চৰম বিন্দুত উপৱিষ্ট হৈ নিজকে তুলি ধৰা ইমান কষ্টকৰ নে! এৰা, ভীষণ…