Anyayug Contributor পলাশ বৰুৱা

এই দিশে পোহৰ

 পলাশ বৰুৱা   কি কৰোঁ কি নকৰোঁ অৱস্থাৰ মাজত ৰৈ কিৰণ যেন স্থৱিৰ হৈ পৰিছে৷ মনৰ মাজত চলি থকা তাৰ অস্থিৰতাৰ যুদ্ধখনৰ বিষয়ে কোনেও নাজানে৷ সি কাকো ক’বও নোৱাৰে৷ আটাইতকৈ ডাঙৰ কথা এয়ে যে তাৰ মনৰ অস্থিৰতা আজি স্কুলতো ওলাই…