Anyayug Contributor পদ্মজা বৰুৱা মহন

পাচলি বেপাৰীৰ টেকেলি

পদ্মজা বৰুৱা মহন   ‘সোণটো৷ সোণটো’ মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’ ‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই…

হেৰোৱা বহাগৰ বা

পদ্মজা বৰুৱা মহন বগৰীটিং আৰু চটৌখোৱা – দুয়োখন গাঁৱৰ মাজৰ আকাশখিনিত বুৰ যাব খোজা হেঙুলীয়া বেলি, মাজে মাজে জুৰকৈ বলা শীতল এছাটি বতাহ, বতাহত তগৰ ফুলৰ মৃদু সুৱাস, ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা ভাহি অহা ঢোল-তালৰ অমিল ছন্দ (সম্ভৱতঃ কোনো সৰু ল’ৰাই বজাইছে) সকলো…

বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

 পদ্মজা বৰুৱা মহন   প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷  ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে…

প্ৰীতিৰ সুৱাস

 পদ্মজা বৰুৱা মহন   উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷  পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷  জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে  বাৰে কান্দি আমনি কৰি আছে৷  ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷…

দাগ অচ্ছে হ্যেঁ

 পদ্মজা বৰুৱা মহন :  কাপোৰকেইটা চাফাকৈ ধুব নজানে এইচৱে৷ গোটেই দাগসোপা দাগভাগেই থাকিল৷ কাপোৰখিনি চপাই নিওঁতে ভোৰভোৰাই বৌৱেকে তাইক শুনাই শুনাই বকিলে৷ এটা দীঘল হুমুনিয়াহ সৰি পৰিল লখিমীৰ ওঁঠেদি৷  বে’ডকভাৰখনত কিহৰ জানো দাগ লাগিল, ধোওঁতে তাই খুউব চেষ্টা কৰিছিল ঘঁহি ঘঁহি গুচাবলৈ৷ কিন্তু সম্পূৰ্ণকৈ…