Anyayug Contributor নৃপেন গোস্বামী

মাখি

নৃপেন গোস্বামী মাখি উৰিছে  সকলোতে গেলাত, পচাত আৰু ইয়াত, তাত মাখিবোৰৰ গোন্ধ  অপছন্দ  গেলা খাই গেৰেলা মাখি গাখীৰত বহি শুদ্ধ নহয়  মাখি  মাখিত বিজাণু, কিটাণু আৰু মাখি সৰ্বগ্ৰাসী হেৰুৱা চন্দ্ৰত এতিয়া মাখিবোৰে  ৰূপ সলাইছে বতৰ ভাল মাখিবোৰৰ দিন ফৰকাল মাখিৰ…

পৰিধি

 নৃপেন গোস্বামী সূত্ৰ‌ এটিৰ  নাম জুবিন মাটি মানুহ  মমতা সূত্ৰৰ পৰিধিত পখী বৃক্ষ  প্ৰকৃতি মায়া যাৰ  নাই সি সদায় যমৰ‌ প্ৰিয় কিন্তু  যাৰ জনম সিদ্ধিৰ  অন্য, অনন্য  তাৰ মৃত্যু শাশ্বত জগত পোহৰ কৰাৰ যুক্তিৰে…

বদনামী কবি

নৃপেন গোস্বামী কবিতাৰ মানুহবোৰ বৰ বদনামী লিখে কবিতা সাঁচে সপোন পূৰঠ নোহোৱা সপোন দেখি দেখি বদনামী কবিতাৰ মানুহবোৰ ইয়াত কবিতাৰ মানুহবোৰ কবি নহবও পাৰে কাৰণ কবিৰ সদনাম তেনেই  ন্যূনতম যুগজয়ী কবি বদনামী কালজয়ী একা    কবিৰ চেতনাত মাতৃ কবিৰ অন্তৰ…

বাৰটা পংক্তি

নৃপেন গোস্বামী জানুৱাৰি ন বেলিৰ আকাশ সন্মুখত বৰ্ষৰ খতিয়ান চাকনৈয়াত বছৰৰ প্ৰতিটো দিনাংক। ফ্ৰেব্ৰুৱাৰি সৰুঙাৰে সৰকা কথাটি শেহৰ পলতহে অনুমেয় আচলতে আঠাইছটা দিন বৰ কম নহয়। মাৰ্চ জীৱন যুঁজৰ নেওতাখন ইয়াতেই আৰম্ভ কেতিয়াবা সফল কেতিয়াবা নিস্ফলকৈ উদ্‌যাপন এপ্ৰিল পকা ফলৰ …

সৰস্বতী

নৃপেন গোস্বামী কঠাল গুটিয়াবোৰে কুটি খোৱা দিনৰ কথা সুলভ নোহোৱা পাতবোৰ কুটি কুটি আমালৈ  নমাইছিল এন্ধাৰ আচলতে এই পাতবোৰতে আছিল জ্ঞানৰ য’ত থুপবান্ধি আছিল আমাৰ জীৱনৰ হিচাপ -নিকাচ পাতবোৰৰ মাজত আছিল নে  সৰস্বতী আজিৰ দিনৰ সৰস্বতী কোৱা ভাটৌৰ ৰূপ আমাৰ…

খালি ঘৰ

নৃপেন গোস্বামী তৰাৰ পোহৰক পোহৰ নোবোলা কবিতাৰ খালি ঘৰত শব্দৰ ঢৌ ছিটিকা খবৰ পাটিদৈয়ে ছাঁ দিয়া পানীময় পুখুৰী কিম্বা  বিলৰ কাষত  বুজি পোৱা দিনত চেঙা উজায় চেঙাক আপুনি কবিতাৰ ঘৰত বিচাৰিলে পাব বুলি ভবাটো সমূলি ভুল নহয় চেঙা এতিয়া আধুনিক…