মিনহঁতৰ দেশ ইন্দোচীনত- ৩
নৃতাত্ত্বিক দিশৰ পৰা ভিয়েটনামীসকল আৰু নাম-ভিয়েট তপন কুমাৰ শৰ্মা মিনক ভালকৈ চাই আচৰিত হ’লোঁ। চৰবতৰ গিলাচটো হাতত লৈ মিনৰ লগত কথা আৰম্ভ কৰিলোঁ। সমুখৰ পুখুৰীটোত আমেৰিকাৰ বোমাৰো বিমানৰ ধ্বংশাৱশেষ। মিনে চচমাযোৰ চকুৰ পৰা কপালেদি নি মূৰত ‘হেয়াৰ বেণ্ড’ৰ দৰে নি থৈছে।…