Anyayug Contributor নীলোৎপল বৰুৱা

বিড়াল

 নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড  ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।   অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…

বিড়াল

 নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড  ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে।   অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন।…

অধীশ্বৰ

নীলোৎপল বৰুৱা অধীশ্বৰ শব্দটো আপেক্ষিক। যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট  ভুখণ্ডৰ কথা নাহে। নাহে কৰ-কাটল। নতুবা টেকেলা, কটকী…   লুটুকলাও অধীশ্বৰ আছিল। বাদশ্বাহ নতুবা ৰজা নহয়, অধীশ্বৰ অধীশ্বৰ। লুটুকলা কাল আৰু কালাতীতৰ বায়ৱীয় চেতনাৰ…

জোতা

 নীলোৎপল বৰুৱা  বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!! দামী জোতা। কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ…

মাংৰা ওৰাং

নীলোৎপল বৰুৱা     মাংৰা বুঢ়াই ৰাজনীতি এৰি দিলে। এৰি দিলে মানে একদম এৰি দিলে। চফা। সন্ন্যাস। শেষবাৰৰ বাবে কমিউনিষ্ট পাৰ্টিত যোগ দিছিল। বেয়াকৈ ঠগি দিলে মাংৰাক। সেইটোৱেই প্ৰত্যক্ষ ৰাজনীতিত মাংৰা বুঢ়াৰ শেষ দিন আছিল। কমিউনিষ্টবিলাকৰ বিশ্বাসঘাতকতা মাংৰা বুঢ়াই সহ্য…

গান্ধী-ফাগ্লা

নীলোৎপল বৰুৱা জীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল। প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই…

বিন্দাচ্

নীলোৎপল বৰুৱা বিনু দাস ‘বিন্দাচ’ হোৱা দুই-তিনি দশকমান পাৰ হৈ গ’ল। তেতিয়ালৈ— ‘আমি সত্য জানিম আৰু সেই সত্য‌ই তোমাক মুক্তি দিব’ লক্ষ্যৰে প্ৰতিষ্ঠাপিত হোৱা চি আই এ নামৰ সংগঠনটো পত্ৰে-পুষ্পে সুশোভিত হৈ পৰিল।   বিনু দাসৰ পৰা বিন্দাচ হোৱা‌ ঘটনাটো একবাৰে  পানীৰ দৰে ফিনফিনিয়া নহয়।…

ভোগকচু-ভকেবুলাৰী

নীলোৎপল বৰুৱা টোকাপৰুৱাটোহে যেন… ইবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে.. সিবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে… হৰ্ষদাই ইটোৰ পাছত সিটো টোপোলা আনিত্তেই আছে.. আনিত্তেই আছে!! হৰ্ষদা যেন এখন চ্যৰৰিয়েল চিনেমাৰ কেৰেক্টাৰ। নিমখ!! ইমান নিমখ!! কি কৰে হৰ্ষদা কি কৰে!! (খুৰা…