অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী
নীলিম কুমাৰ “এসাঁজ খুৱালো শাকেৰে এসাঁজত দিছিলো মাছ ৰাতিলৈ খুৱাম মঙহ কলিজাটো কাট তুলসী” — এই চুটি কবিতাটো পঢ়ি গাটো শিয়ঁৰি উঠিছিল৷ এয়া আছিল অনুভৱ তুলসীৰ প্ৰথম কবিতা সংকলন “নাজমা”ৰ মাজৰ এটা কবিতা৷ আন এটা কবিতাত তেওঁ লিখিছিল — “ দুই…