Anyayug Contributor ( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত)

নদীবোৰ শুকাই যোৱাৰ আগতে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ      বাখ্যেয় পংক্তি– নদীবোৰ শুকাই যোৱাৰ  আগতে   প্ৰসংগ– নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা আমি এপলক জী আঁহোঁ পাহাৰৰ  হৰিৎ* বুকুত   সংগতি– সভ্যতাৰ শুকান বালিত অশ্বাৰোহী সৈনিক এজনে তেজে- তুমৰলি…