Anyayug Contributor নীলকান্ত শইকীয়া

শিল কথা

নীলকান্ত শইকীয়া   হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে মানুহ যেতিয়া জিলিকি উঠে।   কিয়বা  ঈৰ্ষাৰ শিলাবৃষ্টি খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও।   টেলিভিছনত শিল, বাতৰি-কাকতত শিল বন্ধুৰ হাতত শত্ৰুতা মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ।   শিলেই ছক্ৰেটিছক বিহপান কৰালে…