অসমীয়া ই-আলোচনী : এক চমু অৱলোকন
নিৱেদিতা ভূঞা ৰাজকুমাৰী সাহিত্য হৈছে মানৱীয় চিন্তা-চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰবধি প্ৰৱাহ৷ এই প্ৰৱাহে বহু সময়ত ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন পথত অগ্ৰসৰ হয়৷ তেতিয়াই ই বিশ্বসাহিত্যৰ স্বীকৃতি লাভ কৰে৷ আমাৰ পূৰ্বজসকলে কাগজ আৱিষ্কাৰ হোৱাৰ আগেয়ে শিল, তাম, সোণ, ৰূপ, গছৰ বাকলি, সাঁচিপাত, চৰাইৰ পাখি,…