Anyayug Contributor নিমগুটি, টাংগুটি আৰু কত কি?

পিছলৈ উভতি চাওঁ: ৭

নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ মাৰিছিলোঁ বাৰীৰ পি‍ছফালে থকা পুখুৰীটোলৈ৷ তেতিয়া মোৰ হাফ্‌পেণ্ট এটাই আছিল৷ স্কুললৈ পিন্ধি যোৱাৰ বাহিৰে সেইটো আন…