Anyayug Contributor নমিতা তালুকদাৰ

বন্দীশালৰ এনিশা

নমিতা তালুকদাৰ    নিয়ৰে পৃথিৱীখন মেৰাই ধৰিছে  এইযেন গিলি পেলাব  আকাশ, বতাহ আৰু  ৰু-ৰুৱাই থকা নিশাৰ গানটো… কিয় তাত জুপুকা এটা  মাৰি চাব নোৱাৰি আকণ্ঠ ডুবি কিয় পি পি খাব নোৱাৰি আকাশৰ চকুপানীবোৰ  পঁজাটোৱে কিয় বন্দী কৰে মোক….!   ঠিকনা:…