পঢ়ুৱৈৰ মতামত
আলোচনীখন উচ্চ মানৰ হৈছে৷ আশা কৰোঁ পঢ়ুৱৈ হিচাপে ধন্য হ´ম৷ ধৰণী নেওগ dharanineog61@gmail.com প্ৰশংসনীয় পদক্ষেপ৷ নিশ্চয় ৰাইজৰ মাজত সঁহাৰি পাব৷ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি ছাৰৰ লগতে আন কেইবাজনো বিশিষ্ট সাহিত্যিক থকাৰ বাবে ৰাইজৰ মাজত সমাদৰ লাভ কৰিব৷ ৰাজীৱ শৰ্মা rajibsharma14@gmail.com আলোচনীকেন্দ্ৰিক অসমীয়া সাহিত্যৰ ইতিহাসত ‘অন্যযুগ’ এক ব্যতিক্ৰমী সংযোজন৷ কেইবাখনো অনলাইন আলোচনীয়ে অসমীয়া সাহিত্যৰ সৃষ্টি, বিচৰা…