Anyayug Contributor ধ্ৰুৱাৰ্ক চৌধুৰী

কবিতা

 ধ্ৰুৱাৰ্ক চৌধুৰী (উৎসৰ্গা : ডঃ হীৰেন গোঁহাই ) প্ৰেম মানেই টেকেলি ভঙা খেল  প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম  মই তোমাৰ নে তুমি মোৰ ..  এইবোৰ একদম বাজে কথা হৃদয় ভাগে… ভাগিবলৈকেই হৃদয়ে  প্ৰেমৰ গোলাপেৰে নিজকে সাজে-কাচে প্ৰেমৰ…

প্ৰকৃতি

ধ্ৰুৱাৰ্ক চৌধুৰী সুনীল আকাশৰ বুকুত উৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰে পাহাৰৰ সৈতে আলিংগনৰ খেলা কৰে আকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ মেলাৰ ডাৱৰবোৰেই পাহাৰৰ বুকুত বৰষুণ হৈ সৰি পাহাৰক সেউজীয়া কৰি তোলে আৰু পাহাৰৰ বক্ষ উদাৰি নৈ-জান-জুৰি জলপ্ৰপাত হৈ বৈ গৈ…