Anyayug Contributor দৰ্পনা শইকীয়া

জ্যামিতি‍

দৰ্পনা শইকীয়া যোগ আৰু বিয়োগৰ পৃথিৱীত নৈৰাশ্যৰ জুই একুৰা সন্মুখত লৈ বহি আছোঁ মই।  মই এটি সাধুকথা। উপমান নে উপমেয় নে ভ্ৰান্তিমান? ওঁহো… এটাও নহয় মই। মই জীৱনৰ কথকতা। প্ৰত্যেকৰে অৱচেতন মনৰ কুঠৰীত মই থাকোঁ। কোনো পথভ্ৰষ্ট পথিকে জীৱনৰ সূৰ্যাস্ত বেলিকা মোক বিচাৰি চলাথ…