Anyayug Contributor দেৱজিত হাজৰিকা

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা   ব্ৰহ্মানন্দ পাচনিয়ে  নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি  তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়, খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন…