Anyayug Contributor দীপালি দেৱী চৌধুৰী

বৃত্তৰ ভিতৰত

দীপালি দেৱী চৌধুৰী   প্ৰয়োজনত আমি যিবোৰক আকোঁৱালি লওঁ আচলতে লওঁ কি বুলি যি আমাৰ সুবিধাৰ্থে নহয়তোবা ঠিক চেমেলিয়নটোৰ দৰে চাই থাকো চকুৰ ভিতৰৰো তীৰ্যক চকুৰে   ঘড়ীৰ সময়ক দোলকেই বুজাই দিয়ে ই চলমান চলি আছে আমাক নিচুকাবলৈ কেতিয়াবা ভেশচনত…