কাজল ৰেখা
মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী অংকন: বৰ্ণিল মহন্ত এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত…