Anyayug Contributor দীঘল কিচকিচীয়া চুলি এডালি

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

       শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ।     প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা মচি পেলাবলৈ৷ সঁচাকৈয়ে কৈছোঁ নাম-যশৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু উৎকৃষ্ট কবিতা লিখাৰ আগ্ৰহ এটা সূচনা-পর্বতে সোমাই আছিল, সেই কথা আজি…