Anyayug Contributor দিলীপ ফুকন

ৰাইজ মই যাবলৈ ওলালোঁ

দিলীপ ফুকন   ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা নাই তেও মই যাবলৈ ওলালোঁ৷   এচলু পানী খাবৰ মন গৈছে, বোৱতী নৈৰ অপৰিশোধিত পানী…

বাৰ্ধক্য

দিলীপ ফুকন   এডাল এৱাঁ সূতাৰে বান্ধি এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে? তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ, তাৰ আক্ৰোশী নখপুঞ্জই বিদাৰি পেলাব খুজিছে মোৰ মুখমণ্ডল   ইমানৰ পাছতো তাৰ কেশৰৰ পোহৰ মোহনীয়, বিচ্ছুৰিত নিৰ্ণয় -ৰশ্মি সৰকি যায়…

দৃশ্যপট

দিলীপ ফুকন কুঁহিপাত যেন কোমল স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ। বাহিৰলৈ চালোঁ নাই, গছে কুঁহিপাত মেলা নাই অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ কেতেকী চৰায়ে কটা নাই সৰুসূতা, অথচ মানুহবোৰৰ মুখত দেখা পালোঁ  সূৰ্যোদয়ৰ শোভা। যাৰ…

উঁইচিৰিঙাৰ মাত

 দিলীপ ফুকন   যোৱাটো শতিকাৰ এখন বিৱৰ্ণ কেলেণ্ডাৰৰ পাতৰ মাজৰ পৰা কোনোবাই মাত লগালেহি: ‘ভালে আছেনে? আমি সত্তৰৰ দশক৷’   সত্তৰৰ দশক? উঁইচিৰিঙাৰ স্তুতিগান শুনি জাকি মাৰি ওলাইছিল এজাক জোনাকী পৰুৱা অলোকিত তৰঙ্গত নাচিছিল আমাৰ গাঁৱৰ সন্ধিয়া৷   আমাৰ গাত লাগি…

কবিজনৰ নেপথ্যত

 দিলীপ ফুকন         কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো বিষয়বস্তু বাছি লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক বোধ নাথাকিলে তাত কবিতাৰ জলবায়ু সৃষ্টি নহয়৷ জীৱনৰ অভিজ্ঞতা আৰু অধ্যয়নৰ মাধ্যমেৰে আহৰিত প্ৰজ্ঞাই আমাক সমৃদ্ধ কৰি তোলে,…

মিৰি নাও-ফিৰি নাও

 দিলীপ ফুকন বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই লাগি আছিল মিৰি নাও-ফিৰি নাও৷ চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও নাইবা নৈৰাত্মা নাৱৰীয়া৷ প্ৰাচীন পুৰুষ এই নাৱৰীয়াই কোনোকালে লৌহিত্যত স্নান কৰা নাই অথচ ঘূলিত পৰা ম’হৰ দৰে প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷…