মাত-কথা
দিগন্ত কুমাৰ বড়া কাউৰীয়ে ৰমলিয়ায় কা কা কৰি। ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।। মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ। সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন। শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত। কুকুৰটোৱে ভুকি আছে পদূলি মুখত।। ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷ ছাগলীয়ে বেবাইছে পেটৰ…